নামজাদানামজাৰি

নামজানি বৰফুকন (Assamese) [ Roman: nam.ja.ni bor.phu.kon]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-05-16
1. Historial(Proper Noun-Common &/or Masculine) Lachit Borphukan was a commander and Borphukan in the Ahom kingdom known for his leadership in the 1671 Battle of Saraighat that thwarted a drawn-out attempt by Mughal forces under the command of Ramsingh I to take back Kamrup. He died about a year later due to illness. লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্যৰ এজন সেনাপতি৷ ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল৷ শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে৷